আত্মহত্যা

আত্মহত্যা (ইংৰাজী: Suicide; লেটিন sui caedereৰ পৰা suicidium, "নিজকে হত্যা কৰা") হৈছে ইচ্ছাকৃতভাৱে কৰা এটা কাৰ্য যাৰ পৰিণাম হৈছে নিজৰেই মৃত্যু। প্ৰায়েই নিৰাশাৰ বাবে আত্মহত্যা কৰা দেখা যায়। যেতিয়া কোনোলোকে আত্মহত্যা কৰে, তেতিয়া জনগণ প্ৰক্ৰিয়াকে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ কৰে। চিকিৎসক সকলে আত্মহত্যাৰ চেষ্টাক মানসিক অৱসাদজনিত গুৰুতৰ উপসৰ্গ হিচাপে বিবেচনা কৰে। ইতিমধ্যে বিশ্বৰ বহু দেশত আত্মহত্যাৰ প্ৰচেষ্টাক এক ধৰণৰ অপৰাধৰূপে ঘোষণা কৰা হৈছে।[1] অনেক ধৰ্মত আত্মহত্যাক পাপ হিচাপে বিবেচনা কৰা হয়।[2][3][4][5] নিজেই নিজৰ জীৱন বিনাশ কৰা জন সমাজত আত্মঘাতক, আত্মঘাতী বা আত্মঘাতিকা, আত্মঘাতিনীৰূপে পৰিচিত হয়।

আত্মহত্যা
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

এডৱাৰ্ড ম'নেটআত্মহত্যা ১৮৭৭–১৮৮১
আই.চি.ডি.-10 X60X84
আই.চি.ডি.-9 E950
ডিজিজেছ ডে'টাবে'ছ 12641
মেডলাইন প্লাছ 001554
ইমেডিচিন article/288598
MeSH F01.145.126.980.875

প্ৰতিবছৰে প্ৰায় দশ লাখ মানুহে আত্মহত্যা কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে সমগ্ৰ বিশ্বত যিকোনো কাৰণত মৃত্যু ঘটা লোকৰ মাজত আত্মহত্যা হৈছে ত্ৰয়োদশতম প্ৰধান কাৰণ।[6] কিশোৰ-কিশোৰী আৰু পঁয়ত্ৰিশ বছৰ বয়সতকৈ তলৰ লোক সকলৰ মৃত্যুৰ প্ৰধান কাৰণ হৈছে আত্মহত্যা।[7][8] নাৰীৰ তুলনাত পুৰুষৰ মাজত আত্মহত্যাৰ হাৰ বহু বেচি। পুৰুষৰ আত্মহত্যা কৰাৰ প্ৰৱণতা নাৰীৰ তুলনাত তিনিৰ পৰা চাৰি গুণ অধিক।[9][10]


কেইজনমান পৰিচিত অথবা উল্লেখনীয় কৰ্ম কৰা ব্যক্তি যি আত্মহত্যা কৰিছিল

  • এডল্ফ হিটলাৰ Adolf Hitler (1945)
  • লাডুইগ বল্টজমান Ludwig Boltzmann (1906), পদাৰ্থ বিজ্ঞানী, (Austrian physicist, known for thermodynamics and atomic theory)
  • এডোইন আমষ্ট্ৰং Edwin Armstrong (1954), FM radio ৰ আবিস্কাৰক
  • এলান টিউৰিং Alan Turing (1954), শাস্ত্ৰীয় গন্ত্ৰ-বিজ্ঞানী
  • ৱালেছ কেৰথাৰছ Wallace Carothers (1937), নাইলন সূতাৰ আবিস্কাৰক
  • জৰ্জ ইষ্টমেন George Eastman (1932), ইষ্টমেন-কডাক ফটোগ্ৰাফী কোম্পানীৰ প্ৰতিষ্ঠাপক
  • ৰেনেঁই ফেভেলাৰ René Favaloro (2000), কৰণাৰী হাৰ্ট বাইপাছ চাৰ্জাৰীৰ আবিস্কাৰক Argentine cardiac surgeon (created technique for coronary bypass surgery), নিজৰেই বুকুত গুলি মাৰি আত্মহত্যা কৰিছিল
  • ফ্ৰেডৰিক ব্ৰান্ট Fredric Brandt (2015), চৰ্ম বিশেষজ্ঞ, ৰূপ-চৰ্চাত BOTOX ৰ ব্যৱহাৰৰ আবিস্কাৰক
  • ৰয় ৰেইমণ্ড Roy Raymond (1993), Victoria's Secret মহিলাৰ অন্তৰ্বাস চিলোৱা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক
  • আৰ্নেষ্ট হেমিংৱে Ernest Hemingway (1961), সাহিত্যিক
  • ভাৰ্জিনিয়া ওল্ফ Virginia Woolf (1941), সাহিত্যিক
  • ভিনচেন্ট ভেন গ' Vincent van Gogh (1890)
  • মাৰ্ক এন্টনী Mark Antony (30 BC), ৰোমান ৰাজনীতিবিদ
  • ক্লিউপেট্ৰা Cleopatra (30 BC), ইজিপ্তৰ ৰাণী
  • ৰবাৰ্ট ফিজৰয় Robert FitzRoy (1865), চাৰ্লছ ডাৰউইনৰ HMS Beagle জাহাজৰ কেপ্টেইন
  • ইভা ব্ৰাউন Eva Braun (1945), হিটলাৰৰ এগৰাকী পত্নী
  • ক্ৰিচ বিনইত Chris Benoit (2007),WWE ৰ মল্লযোদ্ধা
  • মেৰী কেই বাৰ্গমেন Mary Kay Bergman (1999), Snow white কাৰ্টুন চৰিত্ৰত মাত দিছিল
  • প'ল ভট্টাচাৰ্যী Paul Bhattacharjee (2013),জেমছ বণ্ড ছবি কেছিন ৰয়েলত অভিনয় কৰিছিল
  • মেৰ্লিন মনৰ' Marilyn Monroe (1962), অভিনেত্ৰী
  • জন অ' ব্ৰেইন John O'Brien (1994), Leaving Las Vegas উপন্যাসৰ লিখক
  • এৰউইন ৰমেল Erwin Rommel (1944), Desert's Fox নামেৰে বেছি বিখ্যাত, নাজী সৈন্য বিষয়া
  • টনি স্কট Tony Scott (2012), Top Gun বোলছবিৰ নিৰ্দেশক

তথ্য সংগ্ৰহ

  1. "Laws - IPC - Section 309". vakilno1.com. http://www.vakilno1.com/bareacts/IndianPenalCode/S309.htm আহৰণ কৰা হৈছে: April 5, 2010.
  2. "Suicide as seen in Islam". inter-islam.org. http://www.inter-islam.org/Prohibitions/suicide.html আহৰণ কৰা হৈছে: April 5, 2010.
  3. "Hinduism and suicide". hinduwebsite.com. http://www.hinduwebsite.com/hinduism/h_suicide.asp আহৰণ কৰা হৈছে: April 5, 2010.
  4. "Euthanasia and Judaism: Jewish Views of Euthanasia and Suicide - ReligionFacts". religionfacts.com. http://www.religionfacts.com/euthanasia/judaism.htm আহৰণ কৰা হৈছে: April 5, 2010.
  5. সাঁচ:Citebook
  6. Bruce Gross, Forrensic Examiner, Summer, 2006
  7. "CIS: UN Body Takes On Rising Suicide Rates – Radio Free Europe / Radio Liberty 2006". http://www.rferl.org/content/article/1071203.html.
  8. O'Connor, Rory; Sheehy, Noel (29 Jan 2000). Understanding suicidal behaviour. প্ৰকাশক Leicester: BPS Books. পৃষ্ঠা. 33–37. ISBN 978-1-85433-290-5. http://books.google.com/?id=79hEYGdDA3oC.
  9. Gelder et al, 2005 p169. Psychiatry 3rd Ed. Oxford: New York
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.