৩ জুলাই

৩ জুলাই (ইংৰাজী: 3 July) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১৮৪ তম (অধিবৰ্ষত ১৮৫ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৮১ টা দিন বাকী থাকে।

ঘটনাপঞ্জী

  • ১৮৯০ - আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন।

জন্ম

  • ১৯১১ - এলেন ব্ৰাউন, অষ্ট্ৰেলিয়াৰ জনসেৱক
  • ১৯৬২ - টম ক্ৰুইজ, আমেৰিকান অভিনেতা আৰু প্ৰযোজক
  • ১৯৫২ – অমিত কুমাৰ, ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯৭১ - জেমি গ্ৰ'ভ, ইংলেণ্ডৰ ক্ৰিকেটাৰ
  • ১৯৮২ - হৰভজন সিং, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৯৬ – ৰাজ কুমাৰ, পাক-ভাৰতীয় অভিনেতা (জন্ম: ১৯২৬)।

দিৱস

  • ৱমেনছ দে (মহিলা দিৱস) - ম্যানমাৰ

বাহ্যিক সংযোগ



This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.